Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 10:14 am

Home » Regional » অভিজিৎ, নিলোৎপলৰ সোঁৱৰণত তিতাবৰত কৈৱৰ্ত সম্প্ৰদায় লোকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

অভিজিৎ, নিলোৎপলৰ সোঁৱৰণত তিতাবৰত কৈৱৰ্ত সম্প্ৰদায় লোকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

তিতাবৰ: কাৰ্বি আংলঙৰ ডকমকাত যোৱা ৮ জুনত প্ৰকৃতিৰ সন্দৰ্য্যৰ সন্ধানত গৈ অকথ্য নৃশংসতাৰ বলি হোৱা দুই অসমীয়া যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথৰ সোঁৱৰণত বৃহস্পতিবাৰে তিতাবৰ ৰঙাজানৰ কৈৱৰ্ত সম্প্ৰদায়ৰ ৰাইজে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি মৃতকৰ আত্মাৰ সদগতি কামনাৰে নাম প্ৰসংগৰ আয়োজন কৰে। গাঁৱৰ অৰ্ধশতাধিক পুৰুষ মহিলা, যুৱক-যুৱতী, আবাল, বৃদ্ধ-বণিতা সকলোৱে অভিজিৎ আৰু নিলোৎপলৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই সমূহীয়া নাম প্ৰসংগত অংশগ্ৰহণ কৰি অসমত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবেও ভগৱানৰ ওচৰত পাৰ্থন জনায়।
গাওঁবাসীয়ে নৃশংস হত্যাকাণ্ডত জড়িতক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনায় আৰু ভৱিষ্যতৰ দিনত এনেকুৱা সমাজ বিধেষী ঘটনা যাতে নহয় তাৰ বাবে চৰকাৰে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়। চৰকাৰক অন্ধবিশ্বাসৰ বিৰুদ্ধে শক্তিশালী আঁচনি গ্ৰহণ কৰি সমাজৰ সোপাধৰা, ডাইনী আদিত অন্ধবিশ্বাস দূৰ কৰিবলৈ আহ্বান জনায় ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon