Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 5:22 pm

Home » Regional » Assam » ব্যক্তিগত ধ্যান–ধাৰণাৰে AJP দল পৰিচালিত নহয়:জগদীশ ভূঞা

ব্যক্তিগত ধ্যান–ধাৰণাৰে AJP দল পৰিচালিত নহয়:জগদীশ ভূঞা

গুৱাহাটী :AJPত ব্যক্তি পূজা নচলিব, সমূহীয়া নেতৃত্বৰে পৰিচালিত হ’ব দল – মুখ্য কাৰ্যালয় মুকলিৰ পিছত এই মন্তব্য জগদীশ ভূঞাৰ ,গুৱাহাটীৰ লেম্ব ৰোডত AJPৰ মুখ্য কাৰ্যালয়টো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে দলটোৰ নেতা–কৰ্মীসকলে নৱগঠিত অসম জাতীয় পৰিষদ চমুকৈ AJPৰ মুখ্য কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি হ’ল। গুৱাহাটীৰ লেম্ব ৰোডত AJPৰ মুখ্য কাৰ্যালয়টো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে দলটোৰ নেতা–কৰ্মীসকলে। 

জগদীশ ভূঞাৰ মতে, ব্যক্তিগত ধ্যান–ধাৰণাৰে AJP দল পৰিচালিত নহয়। সমূহীয়া নেতৃত্বৰে চলিব আঞ্চলিক দলটো। দলৰ নেতৃত্বত কোন থাকিব আৰু কোন নেতাৰ দ্বাৰা দলটো পৰিচালিত হ’ব সেই সম্পৰ্কে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থকা জগদীশ ভূঞাই দল এতিয়া নৱেম্বৰৰ জাতীয় ৰাজনৈতিক আভিৱৰ্তনৰ বাবে ব্যস্ত বুলি সদৰি কৰে।

উল্লেখযোগ্য যে অসম জাতীয় পৰিষদ বুথৰ পৰা জিলা পৰ্যায়লৈ গঠন কৰাৰ কামো আৰম্ভ হৈছে। দেওবাৰে নতুন কাৰ্যালয়টোতে LDPৰ ৭২ গৰাকী ব্যক্তিয়ে AJP দলত যোগ দিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon