Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 1:06 pm

Home » Regional » Assam » ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য

ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য

  • অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 
  • দুদিনীয়া ভ্ৰমণসূচীৰে আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য।
  • সেইদৰে পৰ্যটকৰ আকৰ্ষণৰ উদ্দেশ্যে বটদ্ৰৱা থানৰ উন্নয়নৰ বাবেও বিশেষ আধাৰশিলা স্থাপন কৰিব। 
  • ইয়াৰ উপৰিও গুৱাহাটীত নতুনকৈ হ’বলগীয়া দ্বিতীয়খন চিকিত্‍সা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • ২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। 
  • কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মণিপুৰতো চুড়াচন্দ্ৰ মেডিকেল কলেজ আৰু ৰাজ্য চৰকাৰৰ এটা অতিথি শালাৰ আধাৰশিলাও স্থাপন কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon