গুৱাহাটী : ক’ভিডত আক্ৰান্ত হ’ল মন্ত্ৰী পীযুষ হাজৰিকা।বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।বৃহস্পতিবাৰে ক’ভিড পৰীক্ষা কৰিছিল মন্ত্ৰীগৰাকীয়ে।ইয়াৰ পিছতে তেওঁৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে। ইয়াৰ পূৰ্বে গুৱাহাটীৰ সাংসদ কুইন ওজা ক’ভিডত আক্ৰান্ত হৈছিল।বৰ্তমান হোমা আইচ’লেচনত আছে মন্ত্ৰীগৰাকী।শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে দিল্লী ভ্ৰমণ কৰিছিল।দিল্লীৰ অসম ভৱনত ক’ভিডত আক্ৰান্ত হৈছে আন ৬ গৰাকী ব্যক্তি।