Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 10:20 am

Home » Regional » Assam » জনীয়া সমষ্টিৰ কান্দুলিয়াৰ পৰা মইনবৰীলৈ যোৱা কদৰ্যময় পথে চকুলো টুকাইছে পথচাৰীক৷

জনীয়া সমষ্টিৰ কান্দুলিয়াৰ পৰা মইনবৰীলৈ যোৱা কদৰ্যময় পথে চকুলো টুকাইছে পথচাৰীক৷

ৰাজ্যিক
ঘাইপথ সংলগ্ন জনীয়া সমষ্টিৰ কান্দুলিয়াৰ পৰা মইনবৰীলৈ যোৱা কদৰ্যময় পথে চকুলো
টুকাইছে পথচাৰীক৷ স্থানীয় বিধায়ক
, সাংসদ আৰু পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ৷

 

জনীয়া
সমষ্টিৰ কান্দুলীয়াৰ পৰা মইনবৰীলৈ যোৱা গড়কাপ্তানী পথৰ কদৰ্যময় অৱস্থাৰ বাবে
যাতায়তৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে নৰক যন্ত্ৰণা ভোক কৰিবলগীয়া হৈছে। ৰাজ্যিক ঘাইপথ
সংলগ্ন কান্দুলীয়া চকৰ পৰা বৰভিটা হৈ ময়নবৰী লৈ যোৱা ২ কি : মি : পথৰ মাজত ঠায়ে
ঠায়ে বোকা দিয়া খেতিৰ দৰে বোকা আৰু প্ৰকাণ্ড প্ৰকাণ্ড গাত হোৱাত বিদ্যালয়ৰ
ছাত্র-ছাত্ৰীৰ লগতে ৰাইজে চলাচলৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে৷ এজাক
বৰষুণ পৰিলেই পথছোৱাত পুখুৰী সদৃশ পৰিবেশ সৃষ্টি হোৱাত সৰু-বৰ যানবাহনৰ লগতে
জৰুৰীকালীন সেৱা বন্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোত৷ পথছোৱা
মাৰামতি
নকৰাত বৰপেটাৰ

সাংসদ
, জনীয়াৰ বিধায়ক আৰু স্থানীয় পঞ্চয়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ
প্ৰকাশ কৰিছে
ৰাইজে

 

কোকিলাৰ
পৰা জেহেৰুল ইছলামৰ
ৰিপোৰ্ট

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon